শব্দাৰ্থ তালিকা (Assamese) [ Roman: xob.dar.tho.ta.li.ka]
    Loading AI analysis...
    Loading Wikipedia extract...
    Contributed by: Partha P Sarmah on 2007-09-24
    1. (Abstract Noun) a list or book explaing the meanings of technical terms, registers or special words, especially those used in a particular text or discipline, e.g. A Glossary of Literary Terms. কোনো বিশেষ ক্ষেত্ৰত যেনে সাহিত্য, চিকিৎসা শাস্ত্ৰ, আইন আদিত ব্যৱহাৰ হোৱা কাৰিকৰী শব্দ বা কোনো পাঠত ব্যৱহাৰ হোৱা জটিল শব্দৰ অৰ্থ সম্বলিত তালিকা বা কিতাপ।